মুখ্য-পৃষ্ঠা

Acidity Issues: ৰাতিপুৱা খালী পেটত নাখাব এইসমূহ বস্তু

কিছুমান বস্তু ৰাতিপুৱা খালে এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে। যদি পাচনতন্ত্ৰ সঠিকভাৱে কাম নকৰে তেন্তে গেছ, জ্বলা-পোৰা আৰু টেঙা টেঙা ভাৱ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।(Acidity Issues)

Chhath Puja 2024: সূৰ্যোদয়ৰ লগে লগে সামৰণি পৰিল ষট্ পূজাৰ, ব্ৰতৰ অন্তত কি গ্ৰহণ কৰে ভক্তই

৮ নৱেম্বৰত পুৱা ৬:৩৮ বজাত সূৰ্য্য উদয় হয়। এই সময়ছোৱাত ভক্তসকলে সূৰ্য্যক অৰ্ঘ্য আগবঢ়াই আৰু তাৰ পিছত সেৱা আগবঢ়াই ব্ৰত ভংগ কৰিব।(Chhath Puja 2024)

67th Commonwealth Parliamentary Conference: ছিডনীত ৬৭ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী

অষ্ট্ৰেলিয়াৰ ছিডনীৰ আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰত অনুষ্ঠিত ৬৭ সংখ্যক কমনৱেলথ সংসদীয় সন্মিলনৰ(67th Commonwealth Parliamentary Conference) বৃহস্পতিবাৰে অন্ত পৰিল।

Majuli। মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগ অসম কবি সন্মিলন

Majuli । সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে । অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন খলিহামাৰীৰ কাব্য কানন ভৱনত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত গীতে-মাতে‌ ভাষা গৌৰৱ অনুষ্ঠান অনুষ্ঠিত হয়।

Kahinur Theatre: কহিনুৰৰ মঞ্চত ‘পিঞ্জৰা’ আৰু সুৱাসনা, চলিত নাট্যবৰ্ষৰ এক উল্লেখযোগ্য প্ৰযোজনা

প্ৰতিটো নাট্যবৰ্ষতে ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটোত অতি কমেও ৭০-৭৫খন নাটক মঞ্চস্থ হয়(Kahinur Theatre)। অৰ্থাত একাধিক নাট্যকাৰে ইমানকেইখন নাটক লিখি উলিয়ায়। ইয়াৰে ভিতৰত কেইখনমান নাটক ব্যৱসায়িক দিশত যথেষ্ট সফল হয়, প্ৰযোজকে মুনাফা লাভ কৰে। কেইখনমান নাটকক লৈ আলোচনা চলে, নাট্যকাৰে প্ৰশংসা লাভ কৰে।

Popular