মুখ্য-পৃষ্ঠা

Health Benefits Of Ghee: ঠাণ্ডা দিনত গা ধোৱাৰ পূৰ্বে নাভিত ঘিউ লগালে বহু সমস্যাৰ পৰা দূৰত থাকিব

নাভিত ঘিউ প্ৰয়োগ কৰিলে পোৱা বহুতো উপকাৰৰ বিষয়ে আয়ুৰ্বেদত কোৱা হৈছে। ই কেৱল শাৰীৰিক নহয় মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে, ভাৰতীয় পাকঘৰত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ খাদ্য সামগ্ৰী ঘিউ।(Health Benefits Of Ghee)

AGP: অগপ মানে মাত্র তিনিজন মানুহঃ ভূপেন বৰা

হাতী আজি ক'তো নাই৷ হাতীৰ প্ৰতি মানুহৰ এতিয়া মৰম নাই৷ এতিয়া অগপ(AGP) মানে মাত্র তিনিজন মানুহ৷ ইয়াৰে এজন অতুল বৰা, এজন কেশৱ মহন্ত আৰু এজন হ'ল ফণীভুষণ চৌধুৰী(Nabou)৷

Bhupen Hazarika’s Statue: কোকৰাঝাৰত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ(Bhupen Hazarika's Statue) ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ(Kokrajhar) সুধাকণ্ঠ কাননত প্ৰসিদ্ধ সাংস্কৃতিক ব্যক্তিত্বগৰাকীৰ এক বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে।অনুষ্ঠানটোত বৰেণ্য শিল্পীগৰাকীৰ সন্মানত 'ভূপেন্দ্ৰ বৈভৱ' শীৰ্ষক এখন স্মৰণিকাও উন্মোচন কৰা হয়।

Bangladeshi Issue: কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়ঃ মুখ্যমন্ত্ৰী

কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব। বাংলাদেশী(Bangladeshi Issue) চিনাক্ত কৰা বিজেপিৰ কাম।কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM HBS)।

Koch Rajbongshi: ১০ নৱেম্বৰৰ আগতে কোচ ৰাজবংশীক বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদানৰ কথা স্পষ্ট কৰক, মুখ্যমন্ত্ৰীক আহ্বান

অসম চৰকাৰে শেতীয়াকৈ বসুন্ধৰা ৩.o জৰিয়তে ভূমি মালিকীস্বত্ব লাভৰ বাবে তিনিটা প্ৰজন্মৰ নথিপত্ৰ দাখিলৰ যি অধ্যাদেশ জাৰি কৰিছে সেই সম্পৰ্কত কোচ ৰাজবংশীসকলক(Koch Rajbongshi) বিনাচৰ্তে ভূমি মালিকীস্বত্ব (নামজাৰি) প্ৰদান কৰিব লাগে বুলি দাবী জনাইছে আক্ৰাছুৰ চাৰিটাকৈ গোটৰ লগতে কোচ ৰাজবংশী জাতীয় পৰিষদে(Kamatapuri)৷

Popular