মুখ্য-পৃষ্ঠা

khichdi benefits: খিচিৰিৰ আছে বহু উপকাৰিতা, খিচিৰিক কিয় ছুপাৰফুড বুলি কোৱা হয়

খিচিৰি সহজে হজম হয়, সেয়েহে ইয়াক খাবলৈ স্বাস্থ্যকৰ বিকল্প বুলি গণ্য কৰা হয়। কিছুমানে স্বাস্থ্যৰ সম্পদ হিচাপে পৰিগণিত হোৱা চেগুৰেও খিচিৰি ৰান্ধে।(khichdi benefits)

iPhone 16 Bans: এপলৰ নতুন মডেল iPhone 16 নিষিদ্ধ; iPhoneৰ নতুন মডেলটোৰ ব্যৱহাৰক অবৈধ ঘোষণা

নতুন iPhone 16 আৰু iPhone 16 Pro মডেলৰ লগতে Apple Watch Series 10ৰ বিক্ৰী, ক্ৰয়, আৰু ব্যৱহাৰ সপূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে(iPhone 16 Bans), যাৰ বাবে IMEI (International Mobile Equipment Identity)ৰ প্ৰমাণপত্ৰ মঞ্জুৰ কৰা হোৱা নাই।

BTC Elections: বিটিচি নিৰ্বাচনত বিপিএফে কাৰো লগত নকৰে মিত্ৰতা

বিটিচিৰ নিৰ্বাচন ২০২৫ চনৰ এপ্ৰিল মাহতে অনুষ্ঠিত হ'ব আৰু বিপিএফ দলে কমেও ২৫-৩০খন আসনত জয়লাভ কৰি অকলেই চৰকাৰ বনাব। নিৰ্বাচনৰ(BTC Elections) আগে পাছে বিপিএফ দলে কোনো দলৰ লগত মিত্ৰতা নকৰে। মিত্ৰতাৰ বিষয়ে ইউপিপি এল দলে যি বিলাক কথা কয় সেই বিলাক কথা বিশ্বাস নকৰিব৷ ৰাইজক বিভ্ৰান্ত কৰিবলৈ ইউপিপিএলৰ এয়া ষড়যন্ত্ৰ। অকল ইউপিপিএল নহয় বিপিএফে কংগ্ৰেছ, অগপ, বিজেপি বা অন্য কোনো দলৰ লগত মিত্ৰতা নকৰে এয়া স্পষ্ট কথা৷ মিত্ৰতা সম্পৰ্কীয় কোনো কথাতে দলৰ কৰ্মী-সমৰ্থকক দুশ্চিন্তাত ভূগিব নালাগে

Israeli Airstrikes On Iran: ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহনা কাটাৰ, জৰ্ডান, ইউ এ ইৰ

ইৰাণৰ ওপৰত ইজৰাইলৰ বিমান আক্ৰমণক গৰিহণা দিছে কাটাৰ, জৰ্ডান আৰু সংযুক্ত আৰৱ আমিৰাতে(Israeli Airstrikes On Iran)। ছৌদি আৰবেও এই বিমান আক্ৰমণক দিছিল গৰিহণা ।

BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি।দিল্লীৰ এক বিশ্বাসযোগ্য সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ(BJP National President) নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সভাপতিৰ উপৰি ডিচেম্বৰ মাহতে বিজেপিৰ উপ-সভাপতি পদতো যোগ্য ব্যক্তিক নিযুক্তি দিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰৰ ঊধৰ্বতন মহল

Popular