মুখ্য-পৃষ্ঠা

BJP National President: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ’ব পাৰে ৰাষ্ট্ৰীয় উপ-সভাপতি

সলনি হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি।দিল্লীৰ এক বিশ্বাসযোগ্য সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ(BJP National President) নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। সভাপতিৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও শীৰ্ষ নেতাৰ নাম। সূত্ৰটোৱে প্ৰকাশ কৰা মতে সভাপতিৰ উপৰি ডিচেম্বৰ মাহতে বিজেপিৰ উপ-সভাপতি পদতো যোগ্য ব্যক্তিক নিযুক্তি দিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰৰ ঊধৰ্বতন মহল

Prominent Social Worker: নগাঁৱৰ বিশিষ্ট সমাজকৰ্মী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক বল্লদেৱ শৰ্মাৰ দেহাৱসান

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু উত্তৰ পূব ভাৰতৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান(Prominent Social Worker) নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ সাধাৰণ সম্পাদক বল্লদেৱ শৰ্মাৰ শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে দিনৰ প্ৰায় ২.২০ বজাত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ(All Assam Rural Library Association)।

Massive Hindu Protest in Bangladesh: বাংলাদেশত হিন্দুৰ শক্তি প্ৰদৰ্শন, সনাতন জাগৰণ মঞ্চৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল লাখে লাখে হিন্দু

বাংলাদেশত হিন্দুৰ ওপৰত চলি অহা আক্ৰমণৰ বিৰুদ্ধে সনাতন জাগৰণ মঞ্চৰ আহ্বানত বিশাল সমদল(Massive Hindu Protest in Bangladesh)। সমদলস্থলাৰ পৰাই বাংলাদেশ চৰকাৰক উত্থাপন কৰিলে বহু দাবী ।

Israel Carries Out Precise Strikes: ইৰাণৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, তেহৰাণৰ সামৰিক ঘাটি আৰু দাতিকাষৰীয়া অঞ্চলত বোমা বিস্ফোৰণ

ইজৰাইলে শনিবাৰে ইৰাণৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰ নিক্ষেপেৰে কৰিলে ভয়ংকৰ আক্ৰমণ। ইজৰাইলে ইয়াক আখ্যা দিলে প্ৰতিশোধমূলক আক্ৰমণ(Israel Carries Out Precise Strikes)।

Shah Rukh Khan: শ্বাহৰুখৰ অসংখ্য ভুলৰ ক্ষমা গৌৰীৰ! ৩৩ বছৰে কিদৰে সংসাৰ চলাই নিছে গৌৰীয়ে

শ্বাহৰুখৰ ক'লে “গৌৰী ইমান ভাল মাতৃ হ’ব বুলি মই কেতিয়াও ভবা নাছিলো। ল’ৰা-ছোৱালীৰ লগত সহজে মিলি নাযায় গৌৰী।”(Shah Rukh Khan)

Popular