মুখ্য-পৃষ্ঠা

Priyanka Gandhi Vadra: কিমান সম্পত্তিৰ গৰাকী প্ৰিয়ংকা গান্ধী ভাদ্ৰা!

প্ৰিয়ংকাই দাখিল কৰা শপতনামা অনুসৰি তেওঁৰ মুঠ স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ পৰিমাণ ১২ কোটি টকা। তেওঁৰ ৪ কোটি ২৪ লাখৰ স্থাৱৰ সম্পত্তি আছে।(Priyanka Gandhi Vadra)

Alia Bhatt: বিয়াৰ গোলাপী ৰঙৰ লেহেংগা দীপাৱলী অনুষ্ঠানত পিন্ধিলে অভিনেত্ৰী আলিয়া ভাটে

পুৰণি কাপোৰ পিন্ধি বাৰে বাৰে আলিয়াক কিয় দেখা যায়? অনুৰাগীৰ মনত তেনে এক প্ৰশ্ন! আলিয়া ভাটক বিয়াৰ মেহেন্দী গোলাপী ৰঙৰ লেহেংগা পিন্ধা দেখা গ'ল দীপাৱলী অনুষ্ঠানত।(Alia Bhatt)

Terror attack in Jammu and Kashmir: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ; আহত এজন

জম্মু কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ(Terror attack in Jammu and Kashmir) । প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত কৰা এই সন্ত্ৰাসবাদী আক্ৰমণত আহত এজন প্ৰব্ৰজিত শ্ৰমিক।

Cyclone Dana: ওড়িশা উপকূলৰ দিশে আগবাঢ়িছে ডানা! বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ, বাতিল কৰা হৈছে ৰে’ল

ঘূৰ্ণীবতাহ ডানাক লৈ ভাৰতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। পশ্চিম বংগৰ পৰা ওড়িশালৈ হাই এলাৰ্ট জাৰি কৰিছে চৰকাৰে। বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰ। বাতিল কৰা হৈছে ৰে'ল। যিকোনো দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ সেনা, বিমান আৰু বিমানক সতৰ্ক কৰি দিয়া হৈছে।(Cyclone Dana)

BRICS Summit : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দ্বৈত মানদণ্ডৰ কোনো স্থান নাই: প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী, ২৩ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিকছ সন্মিলনত ভাষণ প্ৰদান কৰে(PM Modi addressed BRICS Summit)। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সমালোচনা কৰি কয়...

Popular