মুখ্য-পৃষ্ঠা

Salman Khan Wedding: বিয়া পাতিব ছলমান খানে! কইনাৰ সন্দৰ্ভত কি ক’লে ছলমানে

এসময়ত ঐশ্বৰ্য ৰায় বচ্চন আৰু কেটৰিনা কাইফৰ সৈতে সম্পৰ্ক আছিল ছলমান খানৰ। কিন্তু কোনো এগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্কই স্থায়ী নহ’ল।(Salman Khan Wedding)

Stock Market Today: ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত গ্ৰীণ জ’নত মুকলি হ’ল ভাৰতীয় সূচকাংক

ইতিবাচক বিশ্ব সংকেতৰ মাজতে ট্ৰেডিং সপ্তাহৰ প্ৰথম দিনটোত ভাৰতীয় শ্বেয়াৰ বজাৰত চাঁপ বৃদ্ধি, চেন্সেক্স ১০১ পইণ্ট ওপৰলৈ বৃদ্ধি, নিফ্টিৰ ২৫,০০০ অতিক্ৰম - Stock Market Today

Immunity Booster Tea: চাহ সাধাৰণ বস্তু নহয়, দৈনিক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়

আমি খোৱা চাহ সাধাৰণ বস্তু নহয়, দৈনিক খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰৰ যিকোনো ৰোগ প্ৰতিৰোধ কৰে।(Immunity Booster Tea)

Free Food In Train: যাত্ৰীয়ে বিনামূলীয়া খাদ্য পোৱা এখন ৰে’ল, এই ছুপাৰফাষ্ট ৰে’লখন কোনটো পথত চলে জানেনে ?

আমাৰ দেশৰ এখন ৰে’ল য'ত যাত্ৰীসকলে খাবলৈ পায় বিনামূলীয়াকৈ খাদ্য(Free Food In Train) । পিছে এই ছুপাৰফাষ্ট ৰে’লখনৰ নাম, খাদ্য যোগানৰ পদ্ধতি আৰু এই ৰে’লখন কোনটো পথত চলে জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Chennai Air Show Tragedy: চেন্নাইৰ মেৰিনা বিচত শোকাৱহ দুৰ্ঘটনা; চাৰিজনৰ মৃত্যু, ২৩০ জন আহত

চেন্নাইৰ মেৰিনা বিচত আয়োজিত এয়াৰ শ্ব’ত শোকাৱহ দুৰ্ঘটনা(Chennai Air Show Tragedy) । এই দুৰ্ঘটনাত দৰ্শকৰ মাজৰ ৪ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে ২৩০ গৰাকী লোক আহত হৈছে। লক্ষাধিক লোকৰ ভিৰৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হয়।

Popular