মুখ্য-পৃষ্ঠা

External Affairs Minister Jaishankar: এছ চি অ’ ৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানলৈ যাব ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ

(External Affairs Minister Jaishankar) বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে বিদেশ মন্ত্ৰী জয়শংকৰে ১৫ আৰু ১৬ অক্টোবৰত ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ সন্মিলনৰ বাবে পাকিস্তানলৈ যাবলগীয়া এটা প্রতিনিধি দলৰ নেতৃত্ব দিব।

Durga Puja Guidelines 2024: সমাগত দুৰ্গা পূজাঃ গুৱাহাটীত পূজা সমিতিলৈ আৰক্ষী প্ৰশাসনৰ বিশেষ নিৰ্দেনা, কি আছে নিৰ্দেশনাত?

গুৱাহাটী মহানগৰত দুৰ্গা পূজা উদযাপনৰ ক্ষেত্ৰত এইবাৰ কেতবোৰ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে।(Durga Puja Guidelines 2024)

mount kailash: চীনলৈ যোৱাৰ প্ৰয়োজন নাই, ভাৰতৰ পৰাই ভগৱান শিৱৰ বাসস্থান মাউণ্ট কৈলাশ কৰিব পাৰিব দৰ্শন

ভাৰতৰ ভিতৰত ধৰ্মীয় ভ্ৰমণ গ্ৰহণ কৰিবলৈ ভক্তসকলক সুবিধা প্ৰদান কৰি ‘ভাৰতীয় মাটিৰ পৰা মাউণ্ট কৈলাশ দৰ্শন’ তীৰ্থযাত্ৰা আৰম্ভ কৰিছে উত্তৰাখণ্ডই। (mount kailash)

Missile Strike on Israel: ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণক বৈধ ঘোষণা খোমেইনীৰ

ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খোমেইনীয়ে তেহৰাণৰ গ্ৰেণ্ড মোছাল্লা মছজিদত ইজৰাইলে চলোৱা আক্ৰমণক গৰিহণা দি কয় ইজৰাইল ‘বেছি দিন নাথাকিব’। লাখ লাখ সমৰ্থকৰ আগত খোমেইনীয়ে বহু বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জুম্মাৰ নামাজৰ নেতৃত্ব দিয়ে। ইৰাণে ইজৰাইলত ১৮০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পিছত এয়াই তেওঁৰ প্ৰথম ৰাজহুৱা উপস্থিতি আছিল(Missile Strike on Israel)।

Co-District status to Kaliabor : সমজিলাৰ তালিকাত সোমাল কলিয়াবৰ; এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল কলিয়াবৰবাসী

নগাওঁ জিলাৰ আয়ুক্তৰ উপস্থিতিত কলিয়াবৰ সমজিলা উদ্বোধন কৰিলে মন্ত্ৰী কেশৱ মহন্তই(Equal District status to Kaliabor) । উদ্বোধনৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ উপৰি কলিয়াবৰৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু কলিয়াবৰীয়া ৰাইজ উপস্থিত থাকে।

Popular