মুখ্য-পৃষ্ঠা

World Laughter Day 2024: খোলা হাঁহি স্বাস্থ্যৰ বাবে উপকাৰী

হাঁহি থাকক, সুখত থাকক। আজি বিশ্ব হাঁহি দিৱস।মুকলিকৈ হাঁহিলে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।(World Laughter Day 2024)

Toilet: বিপদত পৰিব! আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি?

আপোনাৰ ঘৰত এটাতকৈ অধিক শৌচাগাৰ আছে নেকি? কিয়নো এতিয়া আপুনি শৌচাগাৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কৰ দিব লাগিব।(Toilet)

Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা

২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্তবিশ্ব শৰ্মা। এই কথা ঘোষণা মন্ত্ৰী পিয়ূষ হাজৰিকা।১৭ টা নিৰ্বাচনী কাৰ্যালয় মুকলি বিহালীত( Himanta Biswa Sarma)

Smart Meter: তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদঃ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গটাই দিলে বিদ্যুৎ বিভাগক

বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তামোল-পাণ, অৰিহণাসহ শৰাই আগবঢ়াই স্মাৰ্ট মিটাৰ গতাই দিয়ে ৰাইজে। (Smart Meter)

Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই গুৱাহাটীত মুকলি কৰে সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা। স্বামী ৰামদেৱৰ উপস্থিতিত ৰিণিকি ভূঞা শৰ্মাই উদ্বোধন কৰে কেন্দ্ৰটো

পৰম পূজ্য যোগ ঋষি স্বামী ৰামদেৱ জী মহাৰাজ আৰু পৰম পূজ্য আয়ুৰ্বেদ শিৰোমণি আচাৰ্য বালকৃষ্ণ জী মহাৰাজৰ নিৰ্দেশনাত, পতঞ্জলি ৱেলনেছ গুৱাহাটীয়ে যোগ, আয়ুৰ্বেদ, পঞ্চকৰ্ম, শতকৰ্ম, লিচ থেৰপী, আকুপাংচাৰ আৰু প্ৰাকৃতিক ৰোগৰ চিকিৎসাকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱা আগবঢ়াব।(Patanjali)

Popular