Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
সোনম ৱাংচুকৰ ছবি অঁকা দুই যুৱকক আটক
শৰীৰ হে দুৰ্বল, মনোবল শক্তিশালী ৱাংচুকৰঃ অনশনস্থলীৰ পৰা হাস্পতাললৈ লৈ যোৱা হৈছে সোণম ৱাংচুকক
ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট স্কাইৰুট এৰোস্পেছৰ বিক্ৰম-১ উৎক্ষেপণ
App-Based Scam Case: ৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চনাৰে ৫০০ কোটি টকাৰ লুণ্ঠন; লুণ্ঠনৰ আঁৰত ইউটিউবাৰ,জনপ্ৰিয় অভিনেত্ৰী !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 3, 2024
ভূৱা বিত্তীয় এপৰ জড়িয়তে গ্ৰাহকৰ পৰা ৫০০ কোটি টকাৰ বিত্তীয় লুণ্ঠনৰ এক বৃহৎ কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ইউটিউবাৰ এলভিছ যাদৱ আৰু কৌতুক শিল্পী ভাৰতী সিঙক দিল্লী আৰক্ষীয়ে চমন জাৰি কৰিছে। এই বৃহৎ কেলেংকাৰীৰ জড়িয়তে প্ৰায় ৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চকে কৰিলে লুণ্ঠন(App-Based Scam Case)।
Assamese Classical Language: অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যাদা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 3, 2024
কেন্দ্ৰীয় কেবিনেটে আজি পাঁচটা ভাষা ক্ৰমে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষা হিচাপে অনুমোদন জনায়(Assamese Classical Language) । কেন্দ্ৰীয় কেবিনেটৰ এই অনুমোদনৰ পাছতে কৃতজ্ঞতা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই অসমৰ গুৱাহাটীত সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা মুকলি
বাণিজ্য
দৈনন্দিন বাৰ্তা
-
October 3, 2024
(Patanjali)সামগ্ৰিক স্বাস্থ্যসেৱা উদ্যোগ, সামাজ সংস্কাৰক তথা সমগ্ৰ ভাৰতৰ সকলো মহিলাৰ বাবে এক অনুপ্ৰেৰক, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ চি এম ডি (Riniki bhuyan sarma) ৰিণিকি ভূঞা শৰ্মা, পৰম পূজ্য যোগ ঋষি স্বামী (Ramdev) ৰামদেৱ জীৰ উপস্থিতিত উদ্বোধন কৰা হৈছিল। কেন্দ্ৰটোই উত্তৰ-পূব ভাৰতৰ মাজভাগত মা কামাখ্যাৰ পৱিত্ৰ ভূমিত অৱস্থিত তথা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত, গুৱাহাটীৰ মধ্যস্থলৰ এই অঞ্চলটোলৈ সামগ্ৰিক স্বাস্থ্যসেৱা অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিব। পৰম পূজ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জী আৰু শ্ৰী শ্ৰী মাধৱ দেৱ জীৰ দৰ্শন- শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত এই পদক্ষেপে প্ৰাচীন পৰম্পৰাক আধুনিক সুস্থতা প্ৰথাৰ সৈতে একত্ৰিত কৰে।
Navratri Fasting Tips 2024: নৱৰাত্ৰিৰ ৯ দিনীয়া উপবাসত কি খাব আৰু কি নাখাব? যাতে শৰীৰৰ দুৰ্বল নহয়
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 3, 2024
(Navratri Fasting Tips 2024) নৱৰাত্ৰিৰ সময়ত ভক্তসকলে ব্ৰত ৰাখে, দেৱী দুৰ্গাক পূজা কৰে আৰু তেওঁৰ ওচৰত শক্তি, সমৃদ্ধি আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু ৯ দিন ব্ৰত ৰখাৰ বাবে বহুতে দুৰ্বল অনুভৱ কৰে।
Kangana Ranaut: দেশৰ পিতৃ নহয়, দেশৰ সন্তান থাকে : পুনৰ বিতৰ্কত সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱট
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 3, 2024
পুনৰ বিতৰ্কত সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱট। ১২০ বছৰীয়া জন্ম জয়ন্তীত লাল বাহাদুৰ শাস্ত্ৰীক শ্ৰদ্ধাঞ্জলি জনোৱা প'ষ্টত জাতিৰ পিতা মহাত্মা গান্ধীক তুচ্ছ জ্ঞান কৰা মন্তব্য কৰি বিতৰ্কত কংগনা ৰাণাৱট।(Kangana Ranaut)
1
...
882
883
884
...
2,477
Page 883 of 2,477
Popular
সোনম ৱাংচুকৰ ছবি অঁকা দুই যুৱকক আটক
দৈনন্দিন বাৰ্তা
-
July 18, 2026