Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা
ওৰাঙৰ বৰড ইণ্ডাষ্ট্ৰীয়েল কো-অপাৰেটিভ চ’ছাইটি উদ্যোগত মাজবাটত ধূপ কাঠি পেকেজিং আৰু আচাৰ প্ৰস্তুতকৰণৰ উদ্যোগী মহিলাক পুৰস্কাৰ প্ৰদান
বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলঃ বান বিধ্বস্ত জিলাৰ আয়ুক্তৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক
যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ আছু নেতা শংকৰজ্যোতি বৰুৱাৰ
অসম
দৈনন্দিন বাৰ্তা
-
September 9, 2024
মুখ খুলিলে আছু নেতা শংকৰজ্যোতি বৰুৱাই। যুৱতীগৰাকীয়ে অনা অভিযোগৰ সন্দৰ্ভত শংকৰজ্যোতি বৰুৱাই আজি স্পষ্টীকৰণ দিছে। যুৱতীগৰাকীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিলে নেতাগৰাকীয়ে। ন্যায়ালয়ত সকলো সত্য উন্মোচিত হ'ব বুলি আশাবাদী শংকৰজ্যোতি বৰুৱা।(aasu general secretary sankarjyoti baruah reaction on ex gf allegation)
Durga Puja 2024 : দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী ৰীতি-নীতি পৰম্পৰা
ধৰ্ম
দৈনন্দিন বাৰ্তা
-
September 9, 2024
প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি-নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। ‘দুৰ্গ’ শব্দই দৈত্য, কুকৰ্ম, শোক-দুখ, মহাভয়, অতিৰোগ আদিক বুজায়। ‘আ’-কাৰৰ অৰ্থ— নাশক। অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে, তেৱেঁই দুৰ্গা (Durga Puja 2024) ।
Akshay Kumar Announces Horror Comedy Movie: জন্মদিনত নতুন ভয়ানক হৰৰ কমেডী ছবি ঘোষণা অভিনেতা অক্ষয় কুমাৰৰ
বিনোদন
দৈনন্দিন বাৰ্তা
-
September 9, 2024
আজি ৫৭ সংখ্যক জন্মদিন উদযাপন কৰা অক্ষয় কুমাৰৰ এই বিশেষ দিন উপলক্ষে আন এখন নতুন হৰৰ কমেডী ছবিৰ ঘোষণা কৰে। ছবিখনৰ ঘোষণাৰ সমান্তৰালকৈ ইয়াৰ ফাৰ্ষ্ট লুকো মুকলি কৰা হৈছে।(Akshay Kumar Announces New Horror Comedy Movie)
Online trading scam: চুমিৰ কাপোৰ ক্ৰয়ৰ নামত এবছৰে বিশালে ব্যয় কৰিছিল ১ কোটি টকা
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 9, 2024
ৰাজ্যৰ লগতে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তি আছিল চুমিৰ গ্রাহক। বিশ্বকর্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ'ভাৰ অহাৰ কথা। বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি। আনহাতে, চুমী-বিশালে মিলি ধন সংগ্ৰহ কৰিছিল প্ৰায় ১ হাজাৰ কোটি টকা।(Sumi borah-bishal phukan collected one thousand crore)
Doctor performs surgery watching Youtube : ইউটিউব ভিডিঅ’ৰ সহায় লৈ অস্ত্ৰোপচাৰ কৰাৰ ফলত এজন কিশোৰৰ মৃত্যু
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 9, 2024
ইউটিউব ভিডিঅ'ৰ সহায় লৈ অস্ত্ৰোপচাৰ কৰাৰ ফলত বিহাৰৰ চাৰণ জিলাত এজন কিশোৰ মৃত্যু হয় ৷ কিশোৰটিৰ ইউটিউব ভিডিঅ'ৰ সহায় লৈ তেওঁৰ শৰীৰৰ পিত্তথলী-শিল (gall bladder-stone) আঁতৰোৱাৰ অস্ত্ৰোপচাৰ কৰিছিল বুলি আৰক্ষীয়ে জনায় ( Doctor performs surgery watching Youtube)।
1
...
928
929
930
...
2,483
Page 929 of 2,483
Popular
নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা
দৈনন্দিন বাৰ্তা
-
July 24, 2026