Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা
ওৰাঙৰ বৰড ইণ্ডাষ্ট্ৰীয়েল কো-অপাৰেটিভ চ’ছাইটি উদ্যোগত মাজবাটত ধূপ কাঠি পেকেজিং আৰু আচাৰ প্ৰস্তুতকৰণৰ উদ্যোগী মহিলাক পুৰস্কাৰ প্ৰদান
বান পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলঃ বান বিধ্বস্ত জিলাৰ আয়ুক্তৰে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক
Zubeen Garg Reacts on Sumi Borah: জুবিনে ক’লেঃ লুকাই আছে, লুকাই থাকক
অসম
দৈনন্দিন বাৰ্তা
-
September 9, 2024
চুমি বৰাৰ সন্দৰ্ভত মুখ খুলিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। কণ্ঠশিল্পীগৰাকীয়ে কয় যে শেহতীয়াকৈ চুমি বৰা প্ৰসংগত এনে কি ক'লে যিটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।(Zubeen Garg Reacts on Sumi Borah)
Online trading scam: বহু বিনিয়োগকাৰীৰ ওপৰত ভূতৰ ওপৰত দানহ পৰাদি উবুৰি খাই পৰিছে পৰ্টেলৰ একাংশ সাংবাদিক!
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 9, 2024
ছল চাই কঠীয়া পাৰিবলৈ সাংবাদিকৰ নামত দালালি কৰা ভুৱা সাংবাদিকৰ লগতে তথাকথিত একাংশ পৰ্টেলৰ সাংবাদিকো সক্ৰিয় হৈ পৰা বুলিও বহুতে চৰ্চা কৰিছে(Online trading scam) । বহুতৰ মতে ভূতৰ ওপৰত দানহ পৰাদি সেই চাম দালাল অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা বুলি নিশ্চিত হোৱা ডাক্তৰ, ৰাজনীতিক, শিক্ষক আদিক নানান প্ৰকাৰে ভয়-ভাবুকি দি ব্লেকমেইলিং কৰাত নামি পৰিছে(fake journalists reportedly threatening) ।
YBY Trading App Scam : ৱাই বি ৱাই ট্ৰেডিং এপ কেলেংকাৰিৰ দুই মাষ্টাৰমাইণ্ডক চিআইডিৰ মাৰাথন জেৰা
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 9, 2024
ভূৱা ট্ৰেডিং এপ ৱাই বি ৱাই কেলেংকাৰিৰ লগত জড়িত দুই খলনায়কক গ্ৰেপ্তাৰ(YBY Trading App Scam) । ধৃত দুই খলনায়কক মাৰাথন জেৰা চিআইডিৰ ।
Manipur forces seize arms : মণিপুৰৰ জিৰিবামত আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ
অপৰাধ
দৈনন্দিন বাৰ্তা
-
September 8, 2024
ড্ৰোন আৰু ৰকেট আক্ৰমণৰ মাজত জিৰিবাম জিলাত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত কমেও পাঁচজন লোক নিহত হোৱাৰ এদিন পিছতে মণিপুৰত উগ্ৰপন্থীৰ সন্ধানৰ বাবে এক বৃহৎ কোম্বিং (Manipur forces seize arms) অভিযান চলি আছে। তাৰ মাজতে নিৰাপত্তা সংস্থাসমূহে ৰাজ্যখনত এক গুৰুত্বপূৰ্ণ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ উদ্ধাৰ কৰে৷
BJP Membership Drive: বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উদ্যোগত জালুকবাৰী সমষ্টিত সদস্যতা ভৰ্তি অভিযান
অসম
দৈনন্দিন বাৰ্তা
-
September 8, 2024
বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জালুকবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা ভর্তি অভিযান যোৰদাৰ গতিত চলিছে। এই অভিযানৰ অংশ হিচাপে বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত, মৰ্চাৰ বিশ্ববিদ্যালয় মণ্ডল আৰু জালুকবাৰী মণ্ডল সমিতিৰ সহযোগত পাণ্ডুৰ ৰেষ্টকেম্পত অনুস্থিত হয় সদস্যতা ভৰ্তি অভিযান বিষয়ক এক অনুষ্ঠান। (BJP's membership drive in Jalukbari constituency)
1
...
930
931
932
...
2,483
Page 931 of 2,483
Popular
নাজিৰাৰ বানাক্ৰান্তৰ কাষত মৌলানা বদৰুদ্দিন আজমল : ২ কোটি টকাৰ সাহায্য ঘোষণা
দৈনন্দিন বাৰ্তা
-
July 24, 2026