মুখ্য-পৃষ্ঠা

আজি কাতি বিহু, প্ৰতিজন চহা অসমীয়া ব্যস্ত, সন্ধিয়া ঘৰে ঘৰে তুলসীৰ তলত জ্বলিব চাকি, আকাশ বন্তিৰ পোহৰে উজলাব চৌদিশ

আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত...

অৱশেষত নতুন ঠিকনা লাভ যোৰহাটৰ পিতৃ-মাতৃহীন পাঁচটি কণমানিৰ

অৱশেষত এই কণমানিকেইটাই এটি নতুন ঠিকনা লাভ কৰিবলৈ সক্ষম হ’ল। সোমবাৰে সন্ধিয়া চাইল্ডলাইনৰ যোৰহাট ইউনিটৰ বিষয়ববীয়াসকলে কণমানিকেইটাক লৈ যায় চাইল্ড কেয়াৰ হোমলৈ। যোৰহাটৰ মালৌ আলিৰ...

সোণ, ৰূপৰ মূল্য ! গোটেই সপ্তাহটোৰ বাবে বজাৰৰ অৱস্থা জানক

এই ব্যৱসায়িক সপ্তাহত, সোণৰ মূল্য (Gold price) ৬৮২ টকা হ্ৰাস পাইছে। একে সময়তে, ৰূপৰ মূল্য (Silver Price) ১,৮৬৩ টকা হ্ৰাস পাইছে। দেৱালীৰ আগতে ভাৰতীয় বুলিয়ন...

Amulৰ পিছত, Mother Dairy এ বৃদ্ধি কৰিলে দাম ! 

আমুলৰ পিছত, মাদাৰ ডেইৰীয়েও গাখীৰৰ মূল্য বৃদ্ধি কৰিছে। দৰাচলতে, দিল্লী-এনচিআৰত গাখীৰ যোগানৰ সৰ্ববৃহৎ যোগানকৰ্তা মাদাৰ ডেইৰীয়ে ফুল ক্ৰীম গাখীৰ আৰু গৰুৰ গাখীৰৰ মূল্য প্ৰতি...

দুখীয়াক সহায় কৰাৰ বাবে সাজি উলিয়ালে মটৰ চাইকেল এম্বুলেঞ্চ, এজন মানৱদৰদী লোক

গজেন চন্দ্ৰ কলিতা, এজন মানৱদৰদী লোক। তেওঁৰ ঘৰ দক্ষিণ কামৰূপৰ ধাৰাপুৰৰ ধোপৰতলত। গজেন কলিতাৰ এক চমৎকাৰী উদ্ভাৱন। লোকজনে সাজি উলিয়াইছে এখন মটৰ চাইকেল...

Popular