August 24, 2023 নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা ! দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত… Share FacebookTwitterWhatsAppTelegramKooEmail নেপালৰ বাৰা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত ৭গৰাকী যাত্ৰী নিহত। নিহতসকলৰ ৬গৰাকী লোক ভাৰতীয় নাগৰিক। গুৰুতৰভাৱে আহত ১৯গৰাকী যাত্ৰী। বাৰা জিলাৰ ছুৰীয়ামাই মন্দিৰৰ সমীপত এই দুৰ্ঘটনা। Author: দৈনন্দিন বাৰ্তা Related Articles অসম ডন বস্ক’ বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, অধ্যাপকৰ বিৰুদ্ধে যৌ/ন নিৰ্যাতনৰ অভিযোগ; ব্যৱস্থাৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ । Assam Don Bosco University দৈনন্দিন বাৰ্তা - June 16, 2026 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কেন উইলিয়ামছনৰ দৈনন্দিন বাৰ্তা - June 13, 2026 ত্ৰিপুৰাত ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা পৰ্যালোচনা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । Amit Shah দৈনন্দিন বাৰ্তা - June 9, 2026