Breaking

তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত ভয়ংকৰ ঘটনা…

0 26


তিনিচুকীয়াত ভয়ংকৰ ঘটনা ।তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত ভয়ংকৰ ঘটনা
বাগিচাৰ মাজতে দুর্বৃত্তই জীৱন্তে জ্বলালে এজন লোকক ।


ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে অর্ধদগ্ধ মৃতদেহ
বৰ্তমানেও উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়


ঘটনাক লৈ তিনিচুকীয়া আৰক্ষীৰ তদন্ত আৰম্ভ

Leave A Reply