Breaking

যোৰহাটৰ ৰজাবাৰীত নিশা ভয়ংকৰ ঘটনা ! ভাং বেপাৰীৰ আক্ৰমণত আহত পুৰুষ-মহিলাসহ ৫জন…

0 32

যোৰহাটৰ ৰজাবাৰীত নিশা ভয়ংকৰ ঘটনা। ভাং বেপাৰীৰ আক্ৰমণত আহত পুৰুষ-মহিলাসহ ৫জন।

আক্ৰমণত আহত কৃষ্ণ তাছা, কুলামণি তাছা, বিজয় তাছা, সুনিতা তাছা, ৰেখা তাছা । আহত আটাইকেইজনক চিকিৎসাৰ বাবে JMCHত ভৰ্তি।

ৰজাবাৰী বৌদ্ধ মন্দিৰৰ সমীপত এই ঘটনা। লালী নামৰ লোকজনৰ বিৰুদ্ধে ভাং-ড্ৰাগছৰ ব্যৱসায় চলোৱাৰ অভিযোগ।

Leave A Reply