Breaking

নিশা মুকালমুৱাৰ কান্ধবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

0 41

নিশা মুকালমুৱাৰ কান্ধবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত এজনক GMCH লৈ প্ৰেৰণ । মুকালমুৱাত কান্ধবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। হাজো-দৌলাশাল পথৰ কান্ধবাৰীত পথ দুৰ্ঘটনাটো সংঘটিত হয়।

এখন অচিনাক্ত ট্ৰাকৰ খুন্দাত এজন পথচাৰী গুৰুতৰভাৱে আহত হয়। আহত লোকজনৰ নাম ৰেকিবুল ইছলাম। স্থানীয়লোকে লোকে আহত লোকজনক পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰি মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও লোকজনৰ আঘাত গুৰুতৰ হোৱাত চিকিৎসকে GMCHলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাকখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Leave A Reply