October 21, 2023 চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা… Share FacebookTwitterWhatsAppTelegramKooEmail চিৰাঙৰ বাসুগাঁৱৰ নেহালগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুই বাইক আৰোহী। পথত ৰখাই থোৱা টেংকাৰত খুন্দা বাইকৰ। নিহত যুৱকদ্বয় কনিষ্ঠ ৰায়, কপিল ৰায়। সম্পৰ্কত কনিষ্ঠ ৰায় আৰু কপিল ৰায় মামা-ভাগিন। Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026