Breaking

নগৰবেৰাৰ টুপামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা…

0 48

নগৰবেৰাৰ টুপামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়ন্ত্ৰণ হেৰুৱাই ঘোৰাঁগাড়ীয়ে মহতিয়াই নিলে পিতা-কন্যাক

পিতৃৰ সৈতে খোজকাঢ়ি স্কুললৈ যোৱাৰ পথতে বিপৰীত দিশৰ পৰা অহা ঘোৰাঁগাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই মহটিয়াই নিয়ে দয়োকে।

ফলত গুৰুতৰভাৱে আহত হয় পিতৃ আবুসামা আৰু কন্যা আৰিশ্বা আহমেদ।

আৰিশ্বা আহমেদ টুপামাৰী আদৰ্শ শিশু বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰী

আহত পিতৃ কন্যাক প্ৰথমাৱস্থাত টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও দুয়োৰে অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে

এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে

নগৰবেৰা পৰা আবুল হুছেইনৰ ৰিপোৰ্ট

Leave A Reply