Breaking

মানিকপুৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

0 84

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা তিনি আলীত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

চাৰিচকীয়া বাহনেৰ খুন্দিয়াই থৈ যায় এজনক।

দুৰ্ঘটনা সংঘটিত কৰা বাহন খন নং AS 19 L – 4998।

ইতিমধ্যে ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী আহি আহত জনক বঙাইগাঁও অসমাৰিক চিকিৎসালয় প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

আহত লোক জনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Leave A Reply