Breaking

আমিনগাঁৱৰ আসাম টিউবৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী…

0 51

আমিনগাঁৱৰ আসাম টিউবৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ।

দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী ৰাজা হৰি। নিহত ৰাজা হৰিৰ ঘৰ আমিনগাঁৱৰ ২৬ নং কলনীত।

আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক-হেণ্ডিমেনক।

Leave A Reply