Breaking

শোণিতপুৰৰ ভালুকপুং পথত ভয়ংকৰ পথ দুৰ্ঘটনা !অচিনাক্ত বাহনৰ খুন্দাত আহত বিদ্যালয়ৰ ছাত্ৰ…

0 40

শোণিতপুৰৰ ভালুকপুং পথত ভয়ংকৰ পথ দুৰ্ঘটনা।অচিনাক্ত বাহনৰ খুন্দাত আহত বিদ্যালয়ৰ ছাত্ৰ।গামানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অনুপ মিলি ।

চাইকেলেৰে বিদ্যালয়ৰ পৰা আহি থাকোতে পিছফালৰ পৰা খুন্দা মাৰে অচিনাক্ত বাহনে।অনুপ মিলি বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

ছাত্ৰজনক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ।দুৰ্ঘটনা সংঘটিত কৰি বাহনৰ পলায়ন ৷

Leave A Reply