Breaking

ৰূপহীহাটৰ গেৰেকীত নিশা উত্তপ্ত পৰিস্থিতি ! গৰু চুৰি কৰিবলৈ আহি গৃহস্থক প্ৰহাৰ চোৰৰ দলৰ…

0 46

ৰূপহীহাটৰ গেৰেকীত নিশা উত্তপ্ত পৰিস্থিতি। ৰাইজে ভাঙি লণ্ডভণ্ড কৰিলে গৰু চুৰি কৰিবলৈ অহা বাহন।

গৰু চুৰি কৰিবলৈ আহি গৃহস্থক প্ৰহাৰ চোৰৰ দলৰ। ৰুহুল আমিন নামৰ লোকজনক প্ৰহাৰ কৰি পলায়ন তিনিটা চোৰৰ।

ৰাইজে খেদি খেদি জব্দ কৰে AS10-A-5902 নম্বৰৰ বাহনখন। বাহনসহ চোৰ মুকচিদুল ইছলামক আটক ৰাইজৰ।

Leave A Reply