Breaking

CAAৰ জৰিয়তে কোনে কেনেকৈ কৰিব পাৰিব নাগৰিকত্বৰ বাবে আবেদন ! আবেদনৰ বাবে কি কি নথি-পত্ৰ লাগিব জানক…

0 34

CAAৰ জৰিয়তে কোনে কেনেকৈ কৰিব পাৰিব নাগৰিকত্বৰ বাবে আবেদন । কোনে কোনে লাভ কৰিব নাগৰিকত্ব । আবেদনৰ বাবে লাগিব নথি-পত্ৰ । অনলাইন আবেদনৰ বাবে মুকলি কৰা হ’ল পৰ্টেল ।

উপযুক্ত আবেদনকাৰীয়ে কৰিব পাৰিব আবেদন । মোবাইল নম্বৰ বা ই-মেইল যোগে কৰিব পাৰিব লগ ইন । হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্টী, খ্রীষ্টিয়ান ধর্মীয় সকলে কৰিব পাৰিব আবেদন ।

আফগানিস্তান, বাংলাদেশ, পাকিস্তান পৰা অহা লোকে কৰিব পাৰিব আবেদন ।

Leave A Reply