Breaking

নীলা ছবিত অভিনয় কৰি কিমান টকা উপাৰ্জন কৰিলে মিয়া খালিফাই ? নিজ মুখেৰে ক’লে এই কথা…

0 339

পৃথিৱীত মিয়া খলিফাক পৰাস্ত কৰিব পৰা অভিনেত্ৰী বিচাৰি পোৱাটো বৰ কঠিন হ’ব ছাগে। কিন্তু ছানি লিঅ’নে মিয়া খলিফাৰ বিৰুদ্ধে যাবলৈ সহায় কৰে আনক,কিন্তু তাই নোৱাৰিলে ৷ মিয়া সদায় ছানীতকৈ আগত আছিল। এতিয়া মিয়াই মুকলিকৈ কৈছে যে আগতে নীলা ছবিত অভিনয় কৰিবলৈ কিমান টকা পাইছিল।

মিয়াই নিজৰ ব্যক্তিগত জীৱনটোক লুকুৱাই ৰাখিব বিচাৰে। কিন্তু দীৰ্ঘদিন ধৰি অনুৰাগীৰ কৌতুহল সন্তুষ্ট কৰিবলৈ মিঞাই টুইটাৰত এটা ভিডিঅ’ আপলোড কৰি নিজৰ পাৰিশ্ৰমিকৰ বিষয়ে মুকলিকৈ ক’লে।ভিডিঅ’টোত মিঞাই কয় যে তেওঁ মুঠ ১২,০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৯,৭২,৬৪৬ টকা) উপাৰ্জন কৰিছিল নীলা ছবিত ছবিত অভিনয় কৰি।


ভিডিঅ’টোত মিয়াই কয়, ‘বহুতে ভাবে যে মই নীলা ছবিৰ পৰা কোটি কোটি টকা উপাৰ্জন কৰিছো। কিন্তু সেয়া সম্পূৰ্ণ সঁচা নহয়। ছবিত অভিনয় কৰি ১২ হাজাৰ ডলাৰ উপাৰ্জন কৰিলোঁ। ইয়াৰ পিছত মই কেতিয়াও তাৰকা হিচাপে এটকাও উপাৰ্জন কৰা নাছিলো। কিন্তু বহু কষ্টৰ অন্তত স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰিছো। ’’

Leave A Reply