Breaking

প্ৰতিখন টেষ্টৰ পিছত ৰেংকিং কেনেকৈ সলনি হৈছে যশস্বী জয়ছোৱালৰ…

0 41

ইংলেণ্ডৰ বিৰুদ্ধে বিশাখাপট্টনম আৰু ৰাজকোট টেষ্টত দুগুণ শতক অৰ্জন কৰাৰ পিছতে আইচিচিৰ টেষ্ট বেটছমেনৰ ৰেংকিঙৰ শীৰ্ষ ১৫ নং স্থানত স্থান লাভ কৰিছে অ’পেনাৰ যশস্বী জয়ছৱালে।

৭খন টেষ্টৰ অন্তত ১৫ নম্বৰ স্থানত আছে। ৬ খন টেষ্টৰ অন্তত তেওঁ ৩০ নম্বৰ আৰু ৫ খন টেষ্টৰ অন্তত ৬৬ নম্বৰ স্থান লাভ কৰে। প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ টেষ্টৰ পিছত ক্ৰমে ৭৩, ৬৩, ৬৯ আৰু ৭১ নম্বৰ স্থান লাভ কৰে যশস্বী জয়ছোৱালে।

Leave A Reply