Breaking

গোসাঁইগাঁৱৰ গুৰুফেলত সংঘটিত পথ দুৰ্ঘটনাত আহত হৃদয় ৰায়ৰ চিকিৎসালয়ত মৃত্যু…

0 68

গোসাঁইগাঁৱৰ গুৰুফেলত সংঘটিত পথ দুৰ্ঘটনাত আহত হৃদয় ৰায়ৰ চিকিৎসালয়ত মৃত্যু।

সংকটজনক অৱস্থাত চিকিৎসাধীন সাধু ৰায়, মহেশ্বৰ ৰায়, ৰাকেশ ৰায়। ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হয় এই ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত দৌৰি থকা সময়তে তীব্ৰবেগী ট্ৰাকৰ খুন্দা। আৰক্ষীৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছিল যুৱককেইজনে। ৰাষ্ট্ৰীয় ঘাইপথত দৌৰি থকা সময়তে তীব্ৰবেগী ট্ৰাকৰ খুন্দা।

Leave A Reply