Breaking

ডিব্ৰুগড়ত ফ্লায়িং স্কোৱাডৰ অভিযানত বুজন পৰিমানৰ নগদ ধন জব্দ…

0 39

ডিব্ৰুগড়ত ফ্লায়িং স্কোৱাডৰ অভিযানত বুজন পৰিমানৰ নগদ ধন জব্দ।

ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ ডিব্ৰুগড় বিধানসভা সমষ্টিত নিয়োজিত ফ্লায়িং স্কোৱাডৰ দলে মংগলবাৰে চুকাফা তিনিআলিত নিশা তালাচী অভিযান চলাই ডিব্ৰুগড়ৰ পৰা চিলাপথাৰ অভিমুখী এজন ব্যক্তিৰ পৰা মুঠ ১.৬ লাখ টকা জব্দ কৰে।

Leave A Reply