Breaking

শিৱসাগৰত বৃহৎ পৰিমাণৰ গুটখা জব্দ

0 73

শিৱসাগৰ

শিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডৰ ইৰ্টাজা আনছাৰি নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিবলৈ সক্ষম হয়।মৰানৰ এক পাইকাৰী ব্যৱসায়ীৰ পৰা প্ৰায় ৭ লাখ ৬০ হাজাৰ টকাৰ গুটখা ক্ৰয় কৰিছিল আনছাৰিয়ে৷ মঙলবাৰে পুৱা গুটখাবোৰ গাড়ীৰ পৰা নমাই থকাৰ অৱস্থাত আৰক্ষীয়ে জব্দ কৰে। গুটখাখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে ইৰ্টাজা আনছাৰি আৰু তেওঁৰ ভায়েকক জেৰাৰ বাবে জিম্মাত লৈছে।

Leave A Reply