Breaking

ৰঙিয়া ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমানৰ সক্ৰিয় গুলী…

0 57

ৰঙিয়া ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমানৰ সজীৱ গুলী ।

নামনিমুৱা অৱধ আচাম এক্সপ্ৰেছৰ পৰা নিশা জব্দ কৰে ৬০০ টা সজীৱ গুলি ।

জিআৰপিএফৰ তহলদাৰী দলে গুলিসহ এজন সৰবৰাহকাৰীক আটক কৰে ।

ধৃত সৰবৰাহকাৰীজন হৈছে বিহাৰৰ খগাৰীয়া জিলাৰ কৈলাশ শৰ্মা ।

ডিমাপুৰৰ পৰা বিহাৰৰ কাটিহাৰ জিলালৈ অবৈধ ভাৱে কৰিছিল সৰবৰাহ ।

ৰঙিয়া GRPয়ে নিশা ১১ বজাত নিয়মীয়া তালাচীত জব্দ কৰে গুলিখিনি ।

Leave A Reply