Breaking

হোজাইত বৃহৎ পৰিমাণ হেৰইন জব্দ…

0 67

👉 হোজাইত বৃহৎ পৰিমাণ হেৰইন জব্দ ।

👉 লামডিঙৰ 1 নং হাতী খুলিৰ 48 বছৰীয়া অৰ্জুন দাস নামৰ এজনক হোজাইত গ্ৰেপ্তাৰ।

👉 982 গ্ৰাম হেৰইন খিনি বজাৰৰ মূল্য প্ৰায় 20 লাখ টকা

👉 হেৰইন খিনি ৰেল যুগে লামডিংৰ পৰা হোজাইত বিক্ৰী বাবে আনিছিল

👉 *DIG পাৰ্থ সাৰথি মহন্ত নেতৃত্বত গুৱাহাটীৰ পৰা অহা STFৰ এটা 10 জনীয়া দলে হোজাই পুৰণা বজাৰ উৰণীয়া সেতু তলতে গ্ৰেপ্তাৰ কৰে।

Leave A Reply