Breaking

ৰঙিয়াত ৮ মহীয়া অন্তঃসত্বা মহিলাৰ আত্মহননৰ ঘটনাৰ সন্দৰ্ভত স্বামী প্ৰাণজিতক আটক…

0 30

ৰঙিয়াৰ মহিলা আত্মহত্যা ঘটনাৰ সন্দৰ্ভত স্বামী প্ৰাণজিতক আটক ।

ৰঙিয়াত ৮ মহীয়া অন্তঃসত্বা মহিলাৰ আত্মহত্যা ঘটনাক লৈ চাঞ্চল্য অব্যাহত ।

পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী প্ৰাণজিত শৰ্মাক ।

অভিযুক্ত প্ৰাণজিত শৰ্মাক নিজৰ ঘৰৰ পৰা ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ঘটনা সন্দৰ্ভত একো মুখ খোলা নাই স্বামী প্ৰাণজিত শৰ্মাই ।

পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ অভিযোগ প্ৰাণজিতৰ ওপৰত ।

সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে আৰক্ষীয়ে ।

Leave A Reply