Breaking

কমেডী ছবি চাই ভাল নাপাওঁ, ছিৰিয়াছ ছবি ভাল পাওঁ: কপিল শৰ্মা

0 88

কমেডী অভিনেতা কপিল শৰ্মাই কয় যে তেওঁ কমেডী ছবি চাই ভাল নাপায়।

তেওঁ লগতে কয়, “সকলোৱে ভাবে… যিহেতু মই মানুহক হাঁহিবলৈ বাধ্য কৰোঁ, মই বাস্তৱ জীৱনতো এইটোৱেই কৰোঁ। কিন্তু মই গুৰুত্বপূৰ্ণ চিনেমা চাবলৈ ভাল পাওঁ৷”

পৰৱৰ্তী সময়ত নন্দিতা দাসৰ পৰিচালিত ‘জুইগাটো’ত দেখা পাব লগা কপিলে কয় যে, ‘মই সেইবোৰ (কমেডী ছবি) তেতিয়াহে চাওঁ যেতিয়া মই সেইবোৰৰ বিষয়ে অতি ভাল সমালোচনা দেখিবলৈ পাওঁ।

Leave A Reply