Breaking

‘মই কাজিৰঙাৰ অপৰিষ্কাৰ পৰিৱেশৰ ছবি বিধানসভাত দাখিল কৰিছিলোঁ ! কিন্তু বৰ্তমানলৈকে কোনো পদক্ষেপ লোৱা নাই জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বাধীন পৰ্যটন বিভাগে – মৃণাল শইকীয়া…

0 68

‘মই কাজিৰঙাৰ অপৰিষ্কাৰ পৰিৱেশৰ ছবি বিধানসভাত দাখিল কৰিছিলোঁ৷

কিন্তু বৰ্তমানলৈকে কোনো পদক্ষেপ লোৱা নাই জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বাধীন পৰ্যটন বিভাগে৷ কাজিৰঙাৰ হৃদপিণ্ড কঁহৰা চাৰিআলিত জাবৰৰ দ’ম’৷

এইবাৰ মৃণাল শইকীয়াৰ টাৰ্গেটত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ কাজিৰঙাৰ অপৰিষ্কাৰ পৰিৱেশক লৈ সৰৱ বিধায়ক মৃণাল শইকীয়া৷ Xযোগে ৰাজ্যৰ পৰ্যটন বিভাগকো সমালোচনা বিজেপিৰ বিধায়কজনৰ৷

Leave A Reply