Breaking

‘সকলোৰে ঘৰলৈকে চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰিছো ! APCCৰ সভাপতি ভূপেন বৰাই চিঠিৰ উত্তৰ দিয়ক…

0 44

‘সকলোৰে ঘৰলৈকে চিঠি প্ৰেৰণৰ ব্যৱস্থা কৰিছো। APCCৰ সভাপতি ভূপেন বৰাই চিঠিৰ উত্তৰ দিয়ক। বিধায়কসকলে অভিযোগ দিয়ে চৰকাৰী কাৰ্যসূচীলৈ আমি নামাতো বুলি। কংগ্ৰেছত এতিয়া আৰম্ভ হৈছে বিশ্বযুদ্ধ।

কংগ্ৰেছীৰ মাজত চলিছে ছুৰী-ডেগাৰ মৰামৰি’। মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে ভূপেন বৰালৈ চিঠি প্ৰেৰণ কৰি মন্ত্ৰী পীযূষ হাজৰিকাৰ মন্তব্য ।

চৰকাৰী কাৰ্যসূচীত বিধায়কে অংশগ্ৰহণ কৰিব নে নকৰে উত্তৰ বিচাৰি প্ৰেৰণ চিঠি।

Leave A Reply