Breaking

নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…

0 13

এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী বলীউডৰ ৰাণী কংগনা ৰানাৱত।

নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনা ৰানাৱতৰ ডাঙৰ ঘোষণা, ক’লে- মই কেৱল ৰাজনীতি কৰিম!

হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈছে কংগনা ৰানাৱট।

লোকসভাৰ নিৰ্বাচনত জয়ী হ’লে ক্ৰমান্বয়ে ছবি জগতখন এৰিব পাৰে বুলি কংগনাই ইংগিত দিয়ে।

কাৰণ তেওঁ মাত্ৰ এটা কামত গুৰুত্ব দিব বিচাৰিব।

Leave A Reply