মণিপুৰত চৰকাৰী নিৰ্দেশনা অমান্য কৰি নিলম্বন হ’ল IAS বিষয়া… প্ৰশাসন By দৈনন্দিন বাৰ্তা Last updated Aug 23, 2023 0 104 Share মণিপুৰত চৰকাৰী নিৰ্দেশনা অমান্য কৰি নিলম্বন হ’ল IAS বিষয়া। জিৰিবামৰ উপায়ুক্ত পদত যোগদান নকৰি নিলম্বিত এন জি ৰবেন সিং। নিৰাপত্তাহীনতাত ভুগি অমান্য কৰিছিল চৰকাৰী নিৰ্দেশনা। manipur 0 104 Share