Breaking

আইচিচিয়ে বাৰ্ষিক ৰেংকিং প্ৰকাশ কৰিলে-টেষ্ট, টি-২০ত শীৰ্ষ, এদিনীয়াত ৩য় স্থান ভাৰতৰ

0 93

মঙলবাৰে আইচিচিয়ে প্ৰকাশ কৰে বাৰ্ষিক দলৰ ৰেংকিং।

টেষ্ট ক্ৰিকেট আৰু টি-২০ত ভাৰত ৰেংকিঙৰ শীৰ্ষত থকাৰ বিপৰীতে এদিনীয়া ৰেংকিঙত তৃতীয় স্থানত আছে ভাৰত।

টেষ্ট ৰেংকিঙত ভাৰতৰ ৰেটিং পইণ্ট ১২১, আনহাতে দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ ৰেটিং পইণ্ট ১১৬।

এদিনীয়া খেলত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু ভাৰতৰ ৰেটিং পইণ্ট একে যদিও দশমিক পইণ্টত অষ্ট্ৰেলিয়া আগবাঢ়ি আছে।

Leave A Reply