Breaking

ভোট দিলেই লাভ কৰিব জেলেপী ,চাওমিন মানচুৰিয়ান আৰু আইচক্ৰীম…

0 11

মধ্যপ্ৰদেশৰ ইন্দোৰ জিলা প্ৰশাসনে ভোটগ্ৰহণৰ সময়ত ভোটাৰক বিশেষ ‘পুৰস্কাৰ’ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটাৰক পুৱা ভোট দিবলৈ যাওঁতে আইচক্ৰীম দিয়া হ’ব৷তাকো বিনামূলীয়া।

খাদ্যৰ তালিকাত পোহা, জেলেপীৰ লগতে চাওমিন, মানচুৰিয়ান আদিও আছে। কিন্তু বিনামূলীয়া খাদ্য লাভৰ বাবে বিশেষ চৰ্ত আছে।

ইন্দোৰ, মধ্যপ্ৰদেশত ১৩ মে’ত ভোটদান কৰিব।এইবাৰ ভোটাৰৰ হাৰ বৃদ্ধিৰ বাবে জিলা প্ৰশাসনে ঘোষণা কৰিছে বিশেষ উপহাৰ।

Leave A Reply