Breaking

সুদখোৰৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযানত পুনৰ এজন সুদখোৰক আটক…

0 116

সুদখোৰৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান অব্যাহত।

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ততপৰ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী বিভাগ।

ৰাজ্যৰ ভিন ভিন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে আটক কৰিছে কেইবাজনো সুদখোৰৰ।

সমগ্ৰ ৰাজ্যৰ লগতে চাপৰ আৰক্ষীয়ে সুদখোৰৰ বিৰুদ্ধে চলাই অভিযান চলাই পুনৰ এজন সুদখোৰক আটক কৰে।

যোৱা নিশা অভিযান চলাই চাপৰৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ পৰা আটক কৰে এজন সুদখোৰক।

সুদখোৰৰ ঘৰৰ পৰা জব্দ কৰে ২৬ খনকৈ ATM,বহু নথি পত্ৰ আৰু এখন বাইক

সুদখোৰজন চাপৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ ওমোৰ আলী বুলি জানিব পৰা গৈছে।

আটকাধীন সুদখোৰজনক ইতিমধ্যে চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave A Reply