Breaking

জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…

0 13

জোনাইত শোকাৱহ পথ দুৰ্ঘটনা।

চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে মুত্যু হয় গিৰিশ পেগু নামৰ যুৱকজনৰ।

দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন অল্ট’ বাহনখনৰ চালকসহ আৰোহীৰ।

Leave A Reply