May 18, 2024 যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক… Share FacebookXWhatsAppTelegramKooEmail যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা ৷ পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক ৷ আৰক্ষীয়ে ঘেৰাও কৰিছে ঘটনা সংঘটিত হোৱা মুৰমুৰীয়াৰ বাগানৰ ২৭নং লাইন ৷ Author: দৈনন্দিন বাৰ্তা Related Articles যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অগপ নেতা জিন্টু চৌধুৰী দৈনন্দিন বাৰ্তা - November 26, 2026 APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তৰ্ৱৰ্তীকালীন জামিন দৈনন্দিন বাৰ্তা - November 26, 2026 সদৌ অসম পৰিবহণ সন্থাৰ চকা বন্ধৰ আহ্বানঃ যাত্ৰীৰ হাহাকাৰ অৱস্থা দৈনন্দিন বাৰ্তা - November 26, 2026