December 16, 2023 কলিয়াবৰৰ দেওচুৰত নিশা চলন্ত ট্ৰাক জ্বলিল দাওদাওকৈ… Share FacebookTwitterWhatsAppTelegramKooEmail কলিয়াবৰৰ দেওচুৰত নিশা চলন্ত ট্ৰাকত জুই ৷ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দাওদাওকৈ জ্বলিল ট্ৰাকখন ৷ নগাঁৱৰ পৰা যোৰহাট অভিমুখী আছিল ট্ৰাকখন৷ কাৰিকৰী বিজুতিৰ ফলতেই জ্বলি উঠে ট্ৰাকখন৷ কথমপি প্ৰাণ ৰক্ষা চালক-হেণ্ডিমেনৰ৷ Author: দৈনন্দিন বাৰ্তা Related Articles পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah দৈনন্দিন বাৰ্তা - July 2, 2026 ভাৰতৰ পৰৱৰ্তী কনচাৰ্ট অৰ্থনীতিৰ কেন্দ্ৰ হিচাপে উত্থান অসমৰ; এটিডিচি, বুকমাইশ্ব’ আৰু ইৱাই-পাৰ্থেননৰ প্ৰতিবেদনত অহা পাঁচ বছৰত ৭০০ কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান দৈনন্দিন বাৰ্তা - June 10, 2026 হাতী-মানুহৰ সহাৱস্থান আৰু প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে ‘গজ বান্ধৱ’ৰ ব্যতিক্ৰমী সজাগতামূলক নাট কাৰ্যসূচী । দৈনন্দিন বাৰ্তা - June 3, 2026