Breaking

ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…

0 37

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক। থিতাতে নিহত মামুদ জামান নামৰ স্কুলীয়া ছাত্ৰজন।

গুৰুতৰভাৱে আহত ইক্রামূল হক, ইফতিকাৰ আহমেদ। আহত এজন ছাত্ৰৰ ছিঙি যায় এখন ভৰি আৰু হাত। দুৰ্ঘটনাত পতিত তিনিও ৰূপহী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ।

আহত দুই ছাত্ৰক নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি।

Leave A Reply