Breaking

অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে গুজৰাটত আপ প্ৰাৰ্থীৰ হৈ চলাব পাৰিব প্ৰচাৰ…

0 26

অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত তেওঁৰ পত্নী সুনীতা কেজৰিৱালে গুজৰাটত আপ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব পাৰিব।আগন্তুক ৭ মে’ত গুজৰাটত তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

ফৈছাল পেটেলৰ বিৰোধিতা সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে,’সকলো পৰিস্থিতি বুজি পোৱাৰ পিছত আৰু দুয়োটা দলৰ মাজত আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।

মোৰ বিশ্বাস যে কংগ্ৰেছৰ প্ৰতিগৰাকী কৰ্মীয়ে এই সিদ্ধান্তক সন্মান কৰিব আৰু আম আদমী পাৰ্টিৰ কৰ্মীয়েও এই সিদ্ধান্ত মানি ল’ব।’ 

Leave A Reply