Breaking

অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ অভিনীত বলিউডৰ বিগ বাজেটৰ চিনেমাত গুৱাহাটীৰ যুৱক কিন্নৰ বৰুৱা…

0 29

অক্ষয় কুমাৰ, টাইগাৰ শ্ৰফ অভিনীত বলিউডৰ বিগ বাজেটৰ চিনেমাত গুৱাহাটীৰ যুৱক কিন্নৰ বৰুৱা (পৃথু)।


বলিউডৰ এই চিনেমাখনত ‘বড়ে মিঞা, ছোটে মিঞা’ ত অভিনয় কৰিছে পৃথু বৰুৱাই।

বৰ্তমান বাংগালুৰুনিবাসী পৃথু বৰুৱাই Action ধৰ্মী চিনেমাখনত‌ Chang চৰিত্ৰত অভিনয় কৰিছে।

গ্লাছগোত শ্বুটিং হৈছিল কিন্নৰ বৰুৱাই অভিনয় কৰা দৃশ্যসমূহৰ।

Leave A Reply