Breaking

ডিজিটেল যুগত ডিজিটেল পদ্ধতিৰে তীৰ খেল অব্যাহত

0 104

চাপৰত মবাইলত তীৰ খেলৰ টিকট বিক্ৰী কৰি থকাৰ সময়তে এজনক হাতে লোটে আটক কৰে আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ পমখেদি চাপৰ বজাৰত অভিযান চলাই তীৰৰ বুকি এজন আটক কৰে।

তীৰৰ বুকিজনৰ পৰা মবাইল সহ Whatss Appত বিক্ৰী কৰা তীৰৰ টিকট জব্দ কৰে৷

আটোকাধীন বুকি জন চাপৰ ৰৌমাৰীৰ সাহিদুল হক বুলি জানিব পৰা গৈছে।

এতিয়া প্ৰশ্ন হয় তীৰ খেলৰ মালিকসকল কেতিয়া আৰক্ষীৰ হাতত পৰিব সেয়া পৰবৰ্তী সময়ত হ’ব লক্ষণীয়।

Leave A Reply