Breaking

কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলিত ৫৬ নং বিধান সভা সমষ্টিৰ আম আদমি পাৰ্টীৰ কাৰ্যালয়ৰ উদ্বোধন

0 590

আম আদমি পাৰ্টীৰ ডাঃ ভবেন চৌধুৰী, ৰাজ্যিক সমন্বয়ক, জিতুল ডেকা ৰাজ্যিক যুটীয়া সমন্বয়ক, ব্ৰজেন সন্দিকৈ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰ সহযোগত কমলপুৰ সমষ্টিৰ বাইহাটা চাৰিআলিৰ ৫৬ নং বিধান সভা সমষ্টিত আম আদমি পাৰ্টী ৰ কাৰ্যালয় উদ্বোধন কৰা হয়।

কাৰ্যালয় উদ্বোধনত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ শতাধিক লোক আৰু ই-ৰিস্কা চালক সন্থা। লগতে আজিৰ এই শুভ ক্ষণত বহু লোকে আম আদমি পাৰ্টিত যোগদান কৰে।


কমলপুৰৰ পৰা অপূৰ্ব ডেকাৰ প্ৰতিবেদন

Leave A Reply