Breaking

নেৰানেপেৰা বৰষুণৰ ফলত বিহালীত বানপানী

0 1,017

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃত্রিম বানপানীৰ পৰিবেশ দেখা পোৱা গৈছে ।তাৰ সমান্তৰালকৈ বিহালী সমষ্টিৰও কিছু কিছু অঞ্চল বানপানীৰ কবল ।বিহালী সমষ্টি নিজ বিহালী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাংছালী চাধুবস্তী আৰু কমাৰপুখুৰী সংযোগী পথ এতিয়া পানীৰ কবলত পথটোৰ দুয়োকাষে থকা অঞ্চলটোৰ ৰাইজৰ যি চাহ খেতি সম্পূৰ্ণ ভাৱে পানীৰ তলত ।পথটোৰ মূল কালভাটো এতিয়া পানী লৈ যাও যাও অৱস্থা যদি কালভাটো পানী লৈ যায় তেনেহলে বিচ্ছিন্ন হব দুয়োখন গাঁওৰ সংযোগ ব্যৱস্থা।

সেই পথটো মেৰামতি বাবে অঞ্চলটোৰ ৰাইজৰ লগতে বিহালী ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নেতা অনিল বনিয়াই পঞ্চায়ত প্ৰতিনিধি আৰু চৰকাৰক আহব্বান জনাই।

Leave A Reply