March 17, 2023 লাহৰীঘাটৰ ভূৰাগাঁৱৰ জৰিবৰত অঘটন Share FacebookTwitterWhatsAppTelegramKooEmail লালি বিলৰ পানীত পৰি একে ঘৰৰ দুটি শিশুৰ সলিল সমাধি৷ শিশু দুটি হ’ল শ্বজিনা খাতুন(৪), ছাহিব ইছলাম(২)৷ শিশু দুটি মোমায়েকৰ ঘৰত ফুৰিব আহিছিল৷ শিশু দুটি বৰ হলৌকুন্দা গাঁৱৰ ছাদ্দাম হুছেইনৰ সন্তান ৷ এই ঘটনাই সমগ্ৰ গাওঁখনতে শোকৰ ছাঁ পেলাইছে৷ Author: দৈনন্দিন বাৰ্তা Related Articles দলঙত পত্নীৰ জন্মদিন পাতি গ্ৰেপ্তাৰ ব্যৱসায়ী দৈনন্দিন বাৰ্তা - June 23, 2026 জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত অনিশ্চয়তা দৈনন্দিন বাৰ্তা - June 23, 2026 ডুবাই, আবু ধাবিলৈ গুৱাহাটীৰ পৰা পোনপটীয়া ফ্লাইট দৈনন্দিন বাৰ্তা - June 23, 2026