Breaking

বঙাইগাঁও চহৰৰ সমীপৰ চাহ বাগানৰ কুজিয়া নৈ সেতুত অঘটন ! ৰে’লৰ খুন্দাত নিহত এটা পৰিয়ালৰে ৩গৰাকী সদস্য…

0 28

বঙাইগাঁও চহৰৰ সমীপৰ চাহ বাগানৰ কুজিয়া নৈ সেতুত অঘটন।

ৰে’লৰ খুন্দাত নিহত এটা পৰিয়ালৰে ৩গৰাকী সদস্য। নামনিমুৱা বাংগালুৰু এক্সপ্ৰেছৰ খুন্দাত মাতৃ-কন্যাসহ নিহত ৩গৰাকী।

নিহত মাতৃ কল্পনা বৰ্মন আৰু কন্যা প্ৰিয়া বৰ্মন। উদ্ধাৰ হোৱা নাই নিহত আনগৰাকীৰ নাম। কল্পনা বৰ্মন মাতৃৰ ঘৰলৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা।

Leave A Reply